সুৰক্ষা হ’ল আমাৰ অগ্ৰাধিকাৰ

বৰ্ধিতভাৱে ডিজিটীয় হৈ অহা এখন পৃথিৱীত, সুৰক্ষিত আৰু দায়িত্বশীল হৈ থকাৰ প্ৰয়োজনীয়তা হ’ল সবাতোকৈ গুৰুতপূৰ্ণ।
আজি, পৃথিৱীত প্ৰৱেশাধিকাৰ আছে আমাৰ হাতৰ টিপতে। কিন্তু, একে সময়তে, দায়িত্বশীল নাগৰিক হৈ উঠাৰ বাবে আৰু কেলেংকাৰীৰ চিকাৰ হোৱাটো এৰাই চলিব পৰাকৈ আমি আমাৰ কৰ্তব্য সম্পাদন কৰাটোও হ’ল একান্ত প্ৰয়োজনীয়। ইয়াত এনেকুৱা কিছুমান সম্পদৰ কথা কোৱা হৈছে যিবোৰে ডিজিটীয় ঠাইখিনিৰ নিৰাপদে অন্বেষণ কৰাত আপোনাক সহায় কৰিব।

স্কেমষ্টাৰৰ পৰা অনলাইনসুৰক্ষিত থকা

লী আৰু তেওঁৰ বন্ধুত্বপূৰ্ণ কুকুৰ অস্কাৰে তেওঁলোকৰ বন্ধু আৰু পৰিয়ালৰ সৈতে সম্পৰ্ক ৰাখিবলৈ ইণ্টাৰনেট ব্যৱহাৰ কৰে। কিন্তু তেওঁলোক বহুতো কেলেংকাৰীবাজৰপৰা অহা বিপদাশংকাৰ সমুখীন হয় যিসকলে চেষ্টা কৰে
এই কেলেংকাৰীবোৰজানিব লৈ অনলাইনত সুৰক্ষিত থাকিবলৈ পৰামৰ্শ বিচাৰি উলিয়াওক।

চাওক এক মিনিটৰ ভিডিঅ'টো